teartear of joy

tear gas (English) [ IPA: ˈtɪr ˈgæs ASM: টিয়াৰ গেচ]
Contributed by: Partha P Sarmah on 2007-12-01
1. (Material Noun-Neuter) gas that makes eyes fill with tear, used by the police to control and disperse mob or riot. চকুত পোৰণি সৃষ্টি কৰি চকুপানী উলিয়াব পৰা এবিধ গেছ৷ আন্দোলনকাৰী বা উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ বা কোনো ঠাইৰ পৰা আঁতৰাবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰে৷